গ্ৰীষ্মকালীন প্ৰশিক্ষণ...
প্ৰতি বছৰৰ দৰে ২০২৪ বৰ্ষত অহা ৮জুলাই তাৰিখৰ পৰা ১৪ জুলাই তাৰিখ লৈকে আয়োজন কৰা হৈছে "সত্ৰীয়া নৃত্য আৰু গীতাংশৰ অভিনয় কৰ্মশালা"।
ইচ্ছুক সকলে যোগাযোগ কৰিব।
Our last successful Events:
আজি ভোৰতাল নৃত্যৰ প্ৰথম দিনা কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন হয়। মূখ্য প্ৰশিক্ষক দ্বিজেন বৰ্মন দেৱে এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰি বৰপেটাৰ ভোৰতাল নৃত্যৰ তাৎপৰ্য ব্যাখ্যা কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সত্ৰ মহাসভাৰ সাংস্কৃতিক কেন্দ্ৰৰ অধ্যক্ষ শ্ৰী দুৰ্গেশ্বৰ বৰুৱা দেৱ।
ভালে সংখ্যক প্ৰশিক্ষাথীৰ উপস্থিতিত আজি প্ৰশিক্ষণ সফলতাৰে অনুস্থিত হয়।
Gallery Section :
Facebook Links for more information:







0 Comments