Nrityanjalee wants to be associated with every cultural event from her birth. Similarly, this time too, under the initiative of the Department of Cultural Affairs, Government of Assam and in collaboration with the Jorhat District Administration, the students of 'Bishnu Rabha Divas, 2023' nrityanjalee performed semi-classical dance in Rabha music. On behalf of Nrityanjalee, I would like to express my gratitude to the Jorhat district administration for providing this opportunity.
 নৃত্যাঞ্জলীয়ে জন্মক্ষনৰ পৰা প্ৰতিটো সাংস্কৃিত অনুষ্ঠানৰ লগত জৰিত হৈ থাকিব বিচাৰে । ঠিক সেইদৰে এইবাৰো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত  আয়োজিত 'বিষ্ণু ৰাভা দিৱস, ২০২৩" নৃত্যাঞ্জলীৰ ছাত্ৰী সকলে ৰাভা সংগীতত অৰ্ধ শাস্ত্ৰীয় নৃত্য পৰিবেশন কৰে। নৃত্যাঞ্জলীৰ   তৰফৰ পৰা এই সুযোগ প্ৰদান কৰাৰ বাবে যোৰহাট  জিলা প্ৰশাসনলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলো।

নৃত্যটি আবৃত্তি বৰঠাকুৰ, অঞ্চিতা ৰাজখোৱা আৰু দৃষ্টি নন্দিনী শইকীয়াই পৰিবেশন  কৰে।
The dance is performed by Abritee Borthakur, Anchita Rajkhowa and Drishti Nandini Saikia





napshots:







Thanks to

India culture Govt of India

 Bimal Bora Minister of Cultural Affairs of Assam

MyGov Assam 

CMO ASSAM


যোৰহাট কুশল নগৰৰ স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা ৰাভা দিৱস :

On the Rabha Diwas organized in association with the local people of Jorhat Kushal Nagar, new students of Nrityanjalee, Pratyashi Priya Bora, Ask Saikia and Aaradhya Barua performed.

যোৰহাট কুশল নগৰৰ স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা ৰাভা দিৱসত নৃত্যাঞ্জলীৰ নতুন শিক্ষাৰ্থী  প্ৰতাশী প্ৰিয়া বৰা, জিজ্ঞাসা শইকীয়া আৰু আৰাধ্যা বৰুৱাই নৃত্য পৰিবেশন কৰে।

Snapshots:




উদোক্তা সকললৈ কণমানি ছাত্ৰী সকলক সুবিধা প্ৰদান কৰাৰ বাবে ধন্যবাদ জনালোঁ |

 এই বছৰৰ ৰাভা দিৱসৰ এই দুটা অনুষ্ঠান নৃত্যাঞ্জলীৰ বাবে স্মৃতি  আৰু সকলোৰে ছাত্ৰী বাবে প্ৰেৰণা হৈ ৰব।

Thanks to the entrepreneurs for providing facilities to the young students.


These two events of this year's Rabha Divas will remain memories for Nrityanjalee and an inspiration for all students.

Thanking all of you for reviewing our page.

Team Nrityanjalee